Posts

Assam's facebook story:

Image
1.  সুখবোৰ নো বাৰু কত: # বেংকত চাকৰি কৰা লৰাটোৱে সন্ধিয়া সদায় ভোকে-পিয়াহে ঘৰ সোমায়, সদায় এটাই দুখ বেলেগ চাকৰি এটা পোৱা হলেই ভাল আছিল। # বিধৱা বোৱাৰীজনীৰ সদায় চকুযুৰি সেমেকা, মনত এটাই দোমোজা তাইনো বাৰু কি এনে ভুল কাম কৰিলে, যাৰ বাবে চিৰদিন-চিৰকাল চিনাকী সৌৰজগতখন হেৰাই গল। # পথাৰত সোণগুটি চপোৱা হৰেণ খুড়াৰ অন্তৰত সদায় বিষণ্ণতাৰ কলা এচপৰা মেঘ, আটাইবোৰ লগৰেই কৰবাত নহয় কৰবাত ভেটি দি চৰকাৰী চাকৰিত মকৰল। # দহ বছৰ বিনা বেতনত শিক্ষকতা কৰা যতীন ছাৰৰ বুকুত দুখৰ প্ৰাচীৰ, কিমান লৰা-ছোৱালী প্ৰতিষ্ঠিত কৰিলে, অথচ সন্ধিয়া ৰেচনৰ দোকানত খোৱাবস্তুৰ যোৰা-টাপলি মাৰিবলৈ গণিতজ্ঞৰ নিচিনা অংক কৰিবলগীয়া হয়। # ফুটপাথৰ দাতিত জোতা পলিচ কৰা ভবেনৰ চকুত ক্ষোভৰ আগ্নেয়গিৰি, এটাই প্ৰশ্ন আমাৰ নিচিনা মানুহবোৰ বাৰু আনক চাবলৈহে আহিলো নেকি! # চুবুৰীটোৰ একেবাৰে প্ৰকাণ্ড ঘৰটোৰ দম্পতীহালৰ অহৰহ বেদনাৰ হুমনিয়াহ, নেদেখাজনৰ লীলাত ৰাইজৰ কাঠগড়াত আমি কিয় নিসন্তান। # কেকুৰীটোৰ ফালে চকু পোনালে জালিকটা বেৰৰ ফাঁকেৰে জানকী বুঢ়ীৰ আৰ্তনাদ, চক্ৰবৃদ্ধি সুতত বাঢ়ি যোৱা বেমাৰৰ বোজাৰ পৰা কেতিয়া মুক্তি পাম ভগৱান। # এদিন প্ৰেয়সীৰ...

assames memes new.

Image
অসমীয়া , অসমীয়া ডাইলগ, , অসমীয়া জমনি , , অসমীয়া caption for instagram, assamese memes quotes, assamese memes status, Beautiful Girls Memes etc. I hope you like it.  assamesmems.blogspot.com 1. প্ৰেম কৰা আৰু ঘোঁৰাৰ নেজ ধৰা একে কথা, কেতিয়া লাথি মাৰি যায় কোনো Guarantee নাই।🤣  2. মানুহ হলে অলপ ধেমালি কৰা টাইপৰ হব লাগে অনবৰতে Serious থকাবোৰ কিবা ICU থকা ৰোগী যেন লাগে। .  3. বন্ধু কাক বোলে ? যিয়ে পঠোৱা Voice message হেডফোন নোহোৱাকে শুনিব নোৱাৰি তাকেই বন্ধু বোলে ! .  4. আহিলে চিৰ দিনৰ কাৰণে আহিবি..., মিচা মিচি Ex ৰ সংখ্যা বঢ়াবলে কিয় আহ।   5. মই 2 নম্বৰ ৰ কাৰণে ফেইল কৰিলোঁ, এয়া মই কেতিয়াও মানি নলও কাৰণ মই পৰীক্ষা দিয়া হ'লে আৰু অলপ কম নম্বৰ লৈ ফেইল কৰিলোঁ হয়।  6. তাই এদিন তুলনী বিয়া হোৱা সৰু ছোৱালী এজনীক Powder অকন সানি দিছিল, এতিয়া তাই Fb ৰ bio ত দিছে "Professional Makeup Artist" 🤔 ওওও ভাই মাৰ না কেলা মোক কোনোবাই মুণ্ডা চিঙি যোৱাকৈ।  7. তুমি মোৰ Kozila💖 অক্ষিশিত ভালকৈ পঢ়🙌🏻 ছেকেণ্ড লাইনটোও আৰু এবাৰ পঢ় । 🙈😉  8. প্ৰেম আৰু চেণ্ডলৰ ফ...