assames memes new.




অসমীয়া , অসমীয়া ডাইলগ, , অসমীয়া জমনি , , অসমীয়া caption for instagram, assamese memes quotes, assamese memes status, Beautiful Girls Memes etc. I hope you like it. 
assamesmems.blogspot.com





1. প্ৰেম কৰা আৰু ঘোঁৰাৰ নেজ ধৰা একে কথা, কেতিয়া লাথি মাৰি যায় কোনো Guarantee নাই।🤣


 2. মানুহ হলে অলপ ধেমালি কৰা টাইপৰ হব লাগে অনবৰতে Serious থকাবোৰ কিবা ICU থকা ৰোগী যেন লাগে। . 


3. বন্ধু কাক বোলে ? যিয়ে পঠোৱা Voice message হেডফোন নোহোৱাকে শুনিব নোৱাৰি তাকেই বন্ধু বোলে ! .


 4. আহিলে চিৰ দিনৰ কাৰণে আহিবি..., মিচা মিচি Ex ৰ সংখ্যা বঢ়াবলে কিয় আহ। 

 5. মই 2 নম্বৰ ৰ কাৰণে ফেইল কৰিলোঁ, এয়া মই কেতিয়াও মানি নলও কাৰণ মই পৰীক্ষা দিয়া হ'লে আৰু অলপ কম নম্বৰ লৈ ফেইল কৰিলোঁ হয়।


 6. তাই এদিন তুলনী বিয়া হোৱা সৰু ছোৱালী এজনীক Powder অকন সানি দিছিল, এতিয়া তাই Fb ৰ bio ত দিছে "Professional Makeup Artist" 🤔 ওওও ভাই মাৰ না কেলা মোক কোনোবাই মুণ্ডা চিঙি যোৱাকৈ।


 7. তুমি মোৰ Kozila💖 অক্ষিশিত ভালকৈ পঢ়🙌🏻 ছেকেণ্ড লাইনটোও আৰু এবাৰ পঢ় । 🙈😉

 8. প্ৰেম আৰু চেণ্ডলৰ ফিটা কেতিয়া ছিঙিব কোনেও ক'ব নোৱাৰে।

 9. লেবেলৰ 😎 কথা মোক নকবা Aircel ৰ পৰা 10 টকা লোণ লৈ আজিলে ঘূৰাই নিদিলো মই। 


 10. আছোঁ থাকিম তোমাৰ সৈতে, আন এজন নোপোৱালৈকে 🤣 কেইছা লগা মেৰা মজাক 🤣


 11. ভাবিছিলো তোমাক নাপালে মই মৰিয়ে যাম,😓 পিছত দেখিলো এই দুনীয়াত আৰু ধুনীয়া ধুনীয়া মাল (Boys/Girls) আছে। 😄 


 12. কিছুমান Student আছে যাৰ পঢ়া-শুনা কৰিবও মন নাযায়, আৰু পঢ়া-শুনা বাদ দিবও নোৱাৰে, I am কিছুমান Student


 13. সৰা চুলি দি তাই বাতি এটা ললে, এতিয়া আকৌ Bio ত লিখিছে... আত্মনির্ভৰশীল হব শিকিছোঁ 😂

 14. Unlimited Call সলনি যদি Data তুকে যদি অলপ বঢ়াই দিলে হেতেঁন বিদ্যা কৈছোঁ আমাৰ নিচিনা Single বোৰে বহুত আশীৰ্বাদ দিলো হয়😁😂 

 15. সকলো ছোৱালীক চকুত কাজল লগালে ভাল 😎 নেদেখি কিছুমানক ভূতুনি ভূতুনি ☠ ও লাগে।😁🙈


 16. মই নাজানো কি আছে এই 🤳মোবাইলটোত 🙂 চুচু কৰিব গলেও লগত লৈ যাওঁ 😁🤣


 17. প্ৰেম কৰিলে নহ'ব পেট্ৰল, ডিজেল দামৰ নিচিনাকৈ মৰমবোৰো বাঢ়িব লাগিব।😎


 18. মাইনাৰ ঘৰত নাই চুলা জ্বলোৱাখৰি Fb ত নাম দিছে I Am পাপা কি পৰি 😄🙈 


 19. অকলশৰীয়া অনুভৱ হয় তোমাক ধৰি থাকিৱ নেপালে হাতেৰে।😢 ইয়াত কবি এ মোবাইলতোৰ কথাহে কৈছে 🤣 


 20. বিশ্বাস কৰা মোক আজি লৈকে মাখি আৰু মʼহ বাহিৰে কোনেও Kiss কৰি নেপালে।😢 





 21. News চাই 👀 আছিলো তাতে ক'লে আহক পোন প্ৰথমতে আপোনাক ঘটনা স্থলীলৈ লৈ যাওঁ🚶‍♂️ কেল্লা 2ঘন্টা হ'ল বহি আছো ☹️ নিবই অহা নাই 🙄 


 22. Facebook ত চাৰিওফালে Relationship ৰ Status বোৰ দেখি নিজকে কিবা উদং পথাৰৰ মাজত চৰি থকা অকলশৰীয়া গৰু যেন অনুভৱ হয়। 😢


 23. তাই কৈছে মোক যি দিবা মইও সেয়াই ওভোটাই দিম। সেইয়া ভালপোৱা হওক বা সন্মান। So, মই চুমা এটা দি দিলো Block কৰি দিলে বাল 🙄

 24. দিনত টোপনি ধৰে, ৰাতি নধৰে এইটো ছাগে মোৰ চকীদাৰ হোৱাৰ লক্ষণ। 🤔


 25. প্ৰেম কৰো বুলিলে মইও কৰিব পাৰো, প্ৰেমে মানুহক দুখৰ Status দিব বাধ্য কৰে বাবেহে নোকৰো।

 26. ৰাতিপুৱা ফোন কৰি Good Morning কৈ উঠাই দিয়া মানুহ নাই বাবে আজি মই দেৰিলৈকে শুই থাকো। 


 27. কেতিয়াবা এনেকুৱা হৈছে নে! আবেলি টোপনিৰ পৰা উঠি confuse ৰাতিপুৱা নে আবেলি 🤣 


 28. "In A Relationship" বুলি মইও দিব পাৰো কিন্তু 🤔 কোনোবাই যদি মনে মনে ভাল পায় আছে মনত দুখ পাব বুলি হে দিয়া নাই। 🙈🤣 


 29. কোনে কৈছে প্রথম প্রেম পাহৰিব নোৱাৰি বুলি, মাত্র দ্বিতীয়জনী ধুনীয়া হব লাগে 🙈😆

 30. দিন জ্বলে ৰাতি জ্বলে, টকা 💸 থাকিলে চুলি নাথাকিলেও চলে। 🤣


 31. লাগিলে বিয়াই নাপাতো, তথাপিও অচিনাকি ছোৱালীৰ এজনীৰ লগত ৰাতি কটাব নোৱাৰো দেই, চিধা কথা 😎


 32. Dear Future Wife মাক কৈ দিবা, মোৰ দৰে জোৱাঁই আন্ধাৰত টৰ্ছ লৈ বিচাৰিলেও নাপাই।😎


 33. আজি লৈকে কোনো ছোৱালীৰ Inbox ত গৈ Hi Hello কৈ নেপালো, প্ৰেমনো কেনেকৈ কৰিম!😥 


 34. জীৱনত বহুত টকা খৰচ কৰিলো, কিন্তু GF ৰ নামত এক টকাও খৰচ কৰি নাপালোঁ 😜 কাৰণ মোৰ GF এ নাই 🤣 


 35. Battery নহ'লে মোবাইলতো বিধবা, Recharge নহ'লে মই বৰলা 😎



 36. তুমি যিমানেও সুন্দৰী নহওৱা কিয় Profile Lock কৰি Frnd Request দিলে ঘেণ্টাও Acpt নকৰো ক্লা 😎 


 37. বেয়াতো তেতিয়া লাগে যেতিয়া 12ঘন্টা অনলাইন থকাৰ পছিতো কাৰো পৰা মেচেজ এটা নাহে। 😢 


 38. গাড়ী যেনেকৈ পেট্ৰল বা ডিজেল নহ'লে নচলে ঠিক তেনেকৈ BF ৰ পইচা নাথাকিলে GF বোৰ‌ নচলে 🙈😄 


 39. প্ৰেমে নামানে বয়সৰ সিমা হ'ল বুলি 16 বছৰ ছোৱালী জনীক 50 বছৰ বুঢ়া টোক দিব লাগে নেকি 🤣🤣 


 40. ফেচবুক কৰা এৰিয়েই দিম আৰু 😒 কোনোবাই কয় দাদা কোনোবাই কয় ভাইটি 🙂 প্ৰেম বোলা বস্তুটোৱেই নাই মানে 🙄


 41. কোন ঘৈণীয়েৰৰ লগত বিজি আছিলা, এনেকৈ শুনাৰ ভাগ্য নহব চাগে মোৰ 🙂 


 42. Big Breaking News 😲 ৰাতি হলে আমাৰ ফালে "আন্ধাৰ" হয়। 🙈🤣 


 43. তোমাকে পাবলৈ ধুনীয়া হ'বলৈ ক'ত যে ভীম কল খালোঁ, তোমাকো নাপালোঁ ধুনীয়াও নহলোঁ, হাগুতে কষ্ট পালোঁ। 🙈🤣


 44. মই তাইৰ কাৰণে Status দিওঁ 😘 তাই আকৌ মই দিয়া Status টো বেলেগৰ কাৰণে দিয়ে 😁


 45. GF ৰ ফটো ময়ো Upload কৰিব পাৰোঁ, কিন্তু এজনীৰ কাৰণে হাজাৰ জনীক হেৰুৱাব নিবিচাৰোঁ। 😜😂


 46. ছায়া হৈ কাষত কোনো নাহিল🙄 অৱশেষত ছাতি এটাকে কিনি ললো।😎

 47. বেলেগে জানক বা নাজানক 🤔 মোবাইলটোৱে ভালদৰে জানে তাৰ মালিকৰ চৰিত্ৰ কেনেকুৱা🤣


 48. ডাঙৰ মানুহে কথা পাতিলে বৈঠক, আৰু আমি কথা পাতিলে আড্ডা। ৱাহ 😃 


 49. মই পাগল, মই গাধা, মই গৰু, মই মূখ্য আৰে লাহে লাহে পঢ়া নহলে পৰিচয় সকলোৱে গম পাব।🤣



 50. "তুমি নথকা হ'লে মই অকলশৰীয়া হৈ গ'লো হয়🙇😭 কি ভাবিছা ইয়াত ম'বাইলটো কথা হে কৈছোঁ

assamesmems.blogspot.com
assamesmems.blogspot.com

😂 51. ভাল পাঁও বুলি কলেও বিশ্বাক নকৰে🙇 মই হাত কাটি দেখুৱাই দিব নোৱাৰো যে👉😂 



 52. তোমাৰ অবিহনে থাকিব নোৱাৰা 🙂ছোৱালী জনী আজি বেলেগৰ ঘৰৰ বোৱাৰী। 🙆‍♂️ 


 53. আজি SINGLE বাবে নিজৰ হাত কাটিব লগা হোৱা নাই 🤷‍♂️ আমি নিজৰ নখ কাটি সান্তনা লৈছো।😃


 54. মদ খাই বমি কৰাটো ডাঙৰ কথা নহয়, বমি কৰি আকৌ‌ মদ খোৱাটো‌ হে মেইন 😎



 55. খকুৱা type ৰ মানুহ বোৰ ভাল লাগে🙈কাৰণ মই ও একে ☹️


 56. আৰু কোৱা EX ৰ স্মৃতি হিচাপে কোনে কি ৰাখিছা! 😒


 57. পকা বিলাহী লাল লাল🍅 তোমাক নাপালে বিয়াই নাপাতো বাল।☹️


 58. তোমাক নাপালে মই হাজমলা খাই মৰি থাকিম।😰


 59. সাৱধানে থাকিবা Youtube চাই কাক কেতিয়া পতাই লওঁ থিক নাই। 🙈😄


 60. আজিকালি সম্পৰ্কবোৰ এবছৰলৈ নাথাকে, সেয়ে মানুহে One Month Anniversary পালন কৰে চাগে🤔 


 61. প্ৰথম টুকুৰা ব্ৰেড নাখায়, কাৰণ ভাল নেদেখি আকৌ ফেচবুকত আহি Looks Don't Matter কয়😒


 62. প্ৰেম কৰিলে বিয়া বাধ্যতামূলক কৰিব লাগে, নহলে কিছুমানৰ ৰিলেশনত অহা যোৱা চাই থাকতে Depression ত গুচি যাম। 🙄 

 63. দুনীয়াত বহুত কিবা কিবি Viral হয়, কিন্ত মই Single থকা কথা'টো Viral নহয় 🤔


 64. ভালপোৱাৰ আৰম্ভণি জতে নহওঁক কিয় 😑 শেষ কিন্ত কাৰোবাৰ Ex ৰ লগতে হব 😎😄 65. কিছুমানে যে কয় আমাৰ বুজা বুজিত ব্রেকাপ হ'ল, কি কি বুজাব লাগে🤔


 66. যি জনীক ভাল লাগিছিল তাইয়ে আজি 95% পাই পাছ কৰিছে 🙂 ইমান মেধাবী ছাত্ৰী জনীক কি সাহসত ভাল পাওঁ বুলি কম এতিয়া 😢


 67. তাইৰ 12 জন EX থকাৰ পিছতো সি কৈছে অতীতক পাহৰি আমি New Life আৰম্ভ কৰিম 😍 এইয়া হে মৰম🙂

 68. ব্রেকাপ হোৱাৰ পিছত ঘৰৰ মানুহৰ বাহিৰে কোনোৱে বুজি নাপায় বুলি ষ্টেটাছ দিয়া জৰুৰী নে🙂 


 69. আধা টুকুৰা ৰুটি খাই জীয়াই থকা গাৰ্লফ্রেণ্ড এজনীৰ অভাৱ 🙂 


 70. কিছুমান কথাই অন্তৰত বহুত আঘাত দিয়ে যেনে:- আপোনাৰ ex আকৌ ৰিলেশ্বনত আহিল


 71. ভাগ্য ৰেশা দাল 🖐️ মোৰ সম্ভব সৰুতে হাতত লগা হৰলিক্স চেলেকি থাকোতেই নোহোৱা হল


 72. যিজন ছোৱালীয়ে মাত্ৰ ১০ টা সংখ্যাৰ ফোন নম্বৰটোকে নিদিয়ে 😌 তেওঁ গোটেই জীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতি কেনেকৈ দিব পাৰিব 😏😎 


 73. প্ৰেমত পৰি ১২ বছৰিয়া ছোৱালী জনিয়ে ২৫ বছৰিয়া তাইৰ bf টোক.... বেটা বুলি মাতি দিলে মইটো কেলা বিচুতি আৰু পাই🤣


 74. এবাৰ ভাল পাও বুলি কোৱা, ভলুকা বাঁহৰ তাজমহল 🕌 বনাই পেলাম তোমাৰ কাৰণে 😎🤧 


 75. প্ৰেম কৰিছা কৰি যোৱা মিছাতে Facebook ত দি আমাক জলোৱাৰ কি প্ৰযোজন 😖


 76. সু প্ৰভাত গাইজ ❤️ কি খবৰ আপোনালোকৰ...? হাগা - মূতা চব ঠিকে চলি আছে না ? 🤣


 77. কালি লগৰ এতাই মোক ফোন কৰি তাৰ GF ৰ বিয়া খাবলৈ লগ ধৰিলে, মই তাক সুধিলো তই ইমান আনন্দত আছ যে তোৰ দুখ লগা নাই নেকি🤔 সি তেতিয়াহে কৈছে তাই বেলেগলে বিয়া হোৱা নাই তাইৰ তুলনী বিয়া সে হৈছে বুলি 😅😅 মই কেলা বেহুচ 🤣🤣


 78. Dear Girl's, Stop saying “সকলো ল'ৰা একেই” আৰে ভন্টি তোমাৰ জন 10/12 জনৰ লগত চেনি খালে, তাতে আমি কি কৰিম।😒


 79. Whats app ত মেচেজ Seen কৰি Reply নিদিয়া কেইটাও একপ্ৰকাৰৰ চিলিব্ৰেটি !😡😌


 80. এজনী ছোৱালীৰ চাৰিটা Boyfriend 😳 Oo Maa Gooo এইখন যেন এখন Boy's Hostel হে 😂


 81. সময় কাৰোৱে ওচৰত নাই, কিন্তু Time Pass সকলোৱে কৰি আছে 😎 


 82. সময়ৰ লগত বহুতেই আগবাঢ়িলো, কিন্তু তাই বা কিমান পালে আহি এতিয়াও লগ পোৱা নাই 😐 


 83. চেনী খাব আমিও জানো, কিন্তু কাৰোবাৰ জীৱনৰ লগত খেলাৰ ইচ্ছা নাই 😎😉 



 84. কলগছৰ মাজে মাজে তামোল গছৰ পুলি কোনোবাই টো ক মোক I Love You বুলি।😌


 85. তুমি পাগল আনৰ🙄 মই পাগল মদৰ🍺 বাপাঐ কি বদ্য কবিতা এইটো🤗 😅


 86. কিছুমান ছোৱালীৰ এটা কৈ Assistant Boyfriend থাকে !😎 যাক সিহতে Best friend বুলি পৰিচয় দিয়ে!🙄 😃 






 এই সকলোবোৰ Memes বিলাক Facebook ৰ পৰা সংগ্ৰহ কৰা হৈছে। যদি এই খাটি অসমীয়া Memes বিলাক ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব। আৰু এনেধৰনৰ পোষ্ট সদায় পাবলৈ আমাৰ এই  ওৱেবচাইটৰ লগত জৰিত হৈ থাকিব। 


ধন্যবাদ

assamesmems.blogspot.com

Comments

Popular posts from this blog

Assam's facebook story: